ধুবুৰী,14 ফেব্ৰুৱাৰীঃ ২০১৯ বৰ্ষৰ চৈধ্য ফেব্ৰুৱাৰীত পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪৪ জনকৈ জোৱান। পুলৱামা কাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীৰ আস্থা গোটে চি আৰ পি এফ জোৱানৰ সৈতে মিলি শ্ৰদ্ধাঞ্জলী জনায় শ্বহীদ সকলক । ধুবুৰীত নিয়োজিত এছ ৪৮ বেটেলিয়ানৰ চিআৰপিএফ কেম্পত উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পালন কৰা হয়।
পুলৱামা কাণ্ডৰ শ্বহীদক স্মৰণ ধুবুৰীত - ধুবুৰীত নিয়োজিত এছ ৪৮ বেটেলিয়ানৰ চিআৰপিএফ কেম্পত উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পালন
পুলৱামা কাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰীৰ আস্থা গোটে চি আৰ পি এফ জোৱানৰ সৈতে মিলি শ্ৰদ্ধাঞ্জলী জনায় শ্বহীদ সকলক । ধুবুৰীত নিয়োজিত এছ ৪৮ বেটেলিয়ানৰ চিআৰপিএফ কেম্পত উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পালন কৰা হয় ।
![পুলৱামা কাণ্ডৰ শ্বহীদক স্মৰণ ধুবুৰীত Tribute to martyer's of pulwama attack](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6076623-1061-6076623-1581701773954.jpg)
পুলৱামা কাণ্ডৰ এবছৰ সম্পূৰ্ণ
উল্লেখ্য যে,ভেলেণ্টাইন ডে বয়কট কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী জনোৱা আস্থা গোটৰ সভানেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ নেতৃত্বত এই অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ আস্থা গোটৰ কৰ্মকর্তাসকলে চিআৰপিএফ জোৱানসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
লগতে চাওকঃবৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ