অসম

assam

ETV Bharat / state

পূৱ বিলাসীপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সু-শাসন দিৱস উদযাপন - tribute

চাপৰৰ শালকোচাত ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ী ৯৭ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা হয় এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা ৷ উক্ত ফুটবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ১৫ টাকৈ দলে ৷

tribute-to-bharat-ratna-atal-bihari-bajpaye
পূৱ বিলাসীপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সু-শাসন দিৱস উদযাপন

By

Published : Dec 25, 2020, 5:12 PM IST

পূৱ বিলাসীপাৰা, ২৫ ডিচেম্বৰ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উত্থানৰ ফলতে আজিৰ প্ৰজন্মৰ বহু সংখ্যকে খেলপথাৰৰ খেলতকৈ মোবাইল কম্পিউটাৰত গেম খেলাক লৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় । ফলত সমাজৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে বিভিন্ন প্ৰকাৰৰ থলুৱা খেল-ধেমালিসমূহ । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ধুবুৰী পূৱ জিলা সমিতিৰ উদ্যোগত আৰু শালকোচা মণ্ডল সমিতিৰ সহযোগত গ্ৰহণ কৰা হয় ব্যতিক্ৰমী পদক্ষেপ ।

পূৱ বিলাসীপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সু-শাসন দিৱস উদযাপন

পূৱ বিলাসীপাৰাৰ চাপৰৰ শালকোচাত ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা হয় এদিনীয়া ফুটবল খেল প্ৰতিযোগিতা ৷

পূৱ বিলাসীপাৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সু-শাসন দিৱস উদযাপন

উক্ত ফুটবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ১৫ টাকৈ দলে ৷ প্ৰয়াত ভাৰতৰত্ন বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় জনতা যুৱ মৰ্চাই আয়োজন কৰে এনে খেল-ধেমালীৰ ।

লগতে পঢ়ক : কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

ABOUT THE AUTHOR

...view details