কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত দুই ককাই-ভাই
তীব্ৰবেগেই কাল হ'ল দুজন মটৰচাইকেল আৰোহীৰ ৷ ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে দুই ককাই-ভাই ৷
চেলফিক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ দুৰ্গাপূজাত উত্তেজনা
কৰিমগঞ্জত শনিবাৰৰ নিশা তীব্ৰ উত্তেজনা ৷ চেলফি উঠাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি ৷ ঘটনা সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ ৷
আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দূৰ্গাপূজা উদযাপন
আধুনিকতাক প্ৰশ্ৰয় নিদি আধ্যাত্মিক ভাৱে দূৰ্গাপূজা উদযাপন কৰা হয় ধুবুৰীত ৷ ধুবুৰীৰ গৌৰীপুৰৰ ঐতিহাসিক ৰাজবাৰীৰ দুর্গাপূজাত কুঁহিলাৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰি এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
বৰমাত অনুষ্টুপীয়াকৈ পালন 87 সংখ্যক দূৰ্গা পূজা
বাক্সা জিলাৰ অন্তৰ্গত বৰমাতো পূৰ্বৰ দৰে জাকজমকতাক বাদ অনুষ্টুপীয়াকৈ পালন কৰিছে দূৰ্গাপূজা ৷ ৰাৱণ দাহন কাৰ্যসূচী বাতিল বৰমাত ৷
হঠাৎ অসুস্থ ৰাজ্যপাল মুখীঃ এইমছত ভৰ্তি
দিল্লীতে হঠাতে অসুস্থ হৈ পৰে ৰাজ্যপাল জগদীশ মুখী । লগে লগে তেওঁক এইমছত ভৰ্তি কৰোৱা হয় জগদীশ মুখীক।