Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ বাবে সাত দিনলৈ বুকিং ৰেডিশ্বন ব্লু
মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক সংকটক লৈ এতিয়া চলিছে চৰ্চা । আলোচনাৰ বাবে আগতীয়াকৈ কিয় বুকিং বিলাসী হোটেল ? মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক হোটেলত ৰখাৰ বাবদেই ব্যয় হ'ব ১ কোটি ১২ লাখ টকা (Rebel MLA of Maharashtra)।
Maharashtra Political Crisis : ৰেডিশ্বন ব্লুলৈ আৰু এগৰাকী বিসম্বাদী বিধায়কৰ আগমণ
গুৱাহাটীৰ ৰেডিশ্বন ব্লু’লৈ সোত বৈছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ (Dissident MLA of Maharastra) । শুকুৰবাৰে দিনৰ 2 বজাত আৰু এগৰাকী শিৱসেনাৰ বিসম্বাদী বিধায়ক ৰেডিশ্বন ব্লু’ত উপস্থিত হৈছে । শিৱসেনাৰ বিসম্বাদী বিধায়কগৰাকীৰ নাম দিলীপ পাণ্ডে (Delhi MLA Dilip Pandey)।
মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক শীঘ্ৰে অসম এৰিবলৈ আহ্বান ভূপেন বৰাৰ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰক নেতৃত্ব দিয়া একনাথ সিন্দেলৈ প্ৰেৰণ কৰে পত্র (Bhupen Bora sent letter to Eknath Shinde)। মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ অনৈতিক ৰাজনীতিয়ে অসমৰ পৰিৱেশ বিনষ্ট কৰিছে । ৰাজ্যখনৰ স্বাৰ্থত একনাথ সিন্দেক অতি সোনকালে অসম এৰি যাবলৈ পৰামৰ্শ দিলে ভূপেন বৰাই ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কৃষ্ণসদৃশ: সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ
এইবাৰৰ বানত সত্ৰনগৰী বৰপেটাৰ লগতে সুন্দৰীদিয়া সত্ৰও ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে (Flood at Barpeta)৷ অসহায় লোকসকলে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কৃষ্ণৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰে (Flood effected family Begging for help) ৷
Maharashtra crisis : বিধায়ক কিনা-বেচাৰ বিৰুদ্ধে ৰেডিশ্বন ব্লুত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
ৰেডিশ্বন ব্লুত শিৱসেনাৰ বিসম্বাদী (Shiv Sena Rebel MLAs) বিধায়কসকলে বাহৰ পাতি থকাৰ সময়তে শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰেডিশ্বন ব্লুৰ সম্মুখলৈ আগবাঢ়ি আহে । অৱশ্যে আৰক্ষীয়ে আধাতে বেৰিকেড দি প্ৰতিবাদকাৰীসকলক (Assam Police obstacles protestors) বাধা প্ৰদান কৰে ।