VIDEO: ডিজিটেল আৰু কেচ লেচ ইণ্ডিয়াৰ প্ৰকৃত ৰূপ !
নগদবিহীন লেনদেনৰ ব্যৱস্থা যেন এতিয়াও সপোন চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে ৷
ৰামঠগন চাহ বাগিচাৰ কৰ্মীক !
নিউজ ডেক্স,1 আগষ্টঃ পোহৰলৈ আহিছে বিজেপি চৰকাৰৰ বিমুদ্ৰাকৰণৰ ফোপালাস্বৰূপ ৷বিমুদ্ৰাকৰণৰ তিনিটা বছৰ পিছতো ইয়াৰ নীতিসমূহ বাস্তৱ ক্ষেত্ৰত পৰিণত নহ'ল ৷ বিমুদ্ৰাকৰণৰ পিছত প্ৰত্যেকখন চাহ বাগিচাত নগদবিহীন লেনদেনৰ ব্যৱস্থা অৰ্থাৎ এ টি এম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোডীয়ে ৷ অসমৰ প্ৰায়বোৰ চাহ বাগিচাতে এই পৰ্যন্ত প্ৰযোজ্য নহ'ল নগদবিহীন লেনদেনৰ ব্যৱস্থা ৷