ধুবুৰী,7 এপ্ৰিল:গৌৰীপুৰৰ গৈ বজাৰত শোকাৱহ ঘটনা ৷ শিলিগুড়িৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত ছাত্ৰ ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গৈ বজাৰৰ ৰে’ল ক্ৰছিং পাৰ হ'বলৈ লওঁতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷
গৌৰীপুৰত যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত ছাত্ৰ - শোকাৱহ ঘটনা
গৌৰীপুৰৰ গৈ বজাৰত শোকাৱহ ঘটনা ৷ শিলিগুড়িৰ পৰা ধুবুৰী অভিমুখী যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত ছাত্ৰ ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গৈ বজাৰৰ ৰে’ল ক্ৰছিং পাৰ হ'বলৈ লওঁতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷

গৌৰীপুৰত যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত ছাত্ৰ
মাহমুদুল হাচান নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰজন গৌৰীপুৰৰ মধ্য মধুশৌলমাৰী এম ই স্কুলত অধ্যয়নৰত আছিল । ছাত্ৰ গৰাকীৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক:দিৰৈ নৈত সলিল সমাধি তিনি কিশোৰৰ