ধুবুৰীত আৰক্ষীৰ অভিযানত চুলাই মদ আৰু বিলাতী সুৰা জব্দ - অবৈধ সুৰা
ধুবুৰী বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ ৷ অৱশ্যে আৰক্ষীৰ অভিযানত আটক নহ'ল কোনো এজন অবৈধ সুৰা ব্যৱসায়ী ৷

gvrvv
ধুবুৰী,21 মাৰ্চ:ধুবুৰীৰ বিলাসীপাৰা চহৰত বুধবাৰে নিশা আৰক্ষীৰ অভিযান | অভিযানত বৃহৎ পৰিমাণৰ চুলাই মদ আৰু বিলাতী সুৰা জব্দ | নিশা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চহৰ খনৰ কেবা ঠাইত চলায় অভিযান |
video