অসম

assam

By

Published : Nov 29, 2020, 10:40 PM IST

ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ হাতিপোতাত শোকাৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনাতোৰ ফলত থিতাতে নিহত চাইকেল আৰোহী নৌশাত আলী (৫০) আৰু গুৰুতৰ ভাৱে আহত হয় বাইক আৰোহী মিলন দাস ৷ গুৰুতৰ ভাৱে আহত মিলন দাসক চাপৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷

পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ হাতিপোতাত শোকাৱহ পথ দুৰ্ঘটনা
পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ হাতিপোতাত শোকাৱহ পথ দুৰ্ঘটনা

পূৱ বিলাসীপাৰা,২৯ নৱেম্বৰঃদেওবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ নিউ হাতিপোতাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু চাইকেল আৰোহীৰ মাজত সংৰ্ঘষ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত চাইকেল আৰোহী নৌশাত আলী (৫০) আৰু গুৰুতৰভাৱে আহত হয় বাইক আৰোহী মিলন দাস ৷ গুৰুতৰভাৱে আহত মিলন দাসক চাপৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ নিহত নৌশাত আলীৰ ঘৰ হাতিপোতাৰ মোছকাগুৰীত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ নম্বৰ AS-16F-8489 ৷

লগতে পঢ়কঃJEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰৰীৰ

ABOUT THE AUTHOR

...view details