ধুবুৰী, 12 এপ্ৰিলঃপদূলিমুখ পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ কৰ'ণাৰ সংহাৰ আৰু লক ডাউনৰ বাবে হেঁপাহৰ ৰঙালীৰ উৰুকাৰ আয়োজন কৰিবলৈ সমৰ্থ হোৱা নাই বহু লোক । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিছখোৱা আৰু ঝাশকাল অঞ্চলৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে । তেওঁলোকে চাউল, দাইল, গুৰ, পিঠাগুৰি, মিঠাতেল আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্তৰ প্ৰায় 5 হাজাৰ ৰাইজৰ মাজত ।
ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত সাহাৰ্য বিতৰণ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ - dhubri
দেওবাৰে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিছখোৱা আৰু ঝাশকাল অঞ্চলৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে সীমান্ত চেতনা মঞ্চই ।
rilef between the people of indo-bangla border in dhubri