- বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ (Reserve close order to ASI Sunil Das)
- গেং অৱ ডেভিলচে ৭০ বছৰীয়া বৃদ্ধা মাৰি পৈশাচিক বন্য উল্লাস কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল
- গেং অৱ ডেভিলচক আটক কৰাৰ পিছতে থানাৰ পৰা যাবলৈ দিছিল সুনীল দাসে
- এই ঘটনাক লৈ বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাসক ভাৰত-বাংলাদেশ সীমান্তলৈ শাস্তিমূলক বদলিকৰণ
Reserve close order to ASI: বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ
গেং অৱ ডেভিলচৰ ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ (Reserve close order to ASI Sunil Das)৷
ASI সুনীল দাসক ৰিজাৰ্ভ ক্ল’জ