ধুবুৰী, ১১ এপ্ৰিলঃ ধুবুৰীৰ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰত চম্পাৱতী নৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ । অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ।
চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ - Deathbody
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
![চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2975300-thumbnail-3x2-dhubri.jpg)
বিলাসীপাৰা বহলপুৰৰ চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বিলাসীপাৰা বহলপুৰৰ চম্পাৱতী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ
প্ৰথমে মাছমৰীয়াই মৃতলোকজনক প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে । আৰু স্থানীয়লোকে উক্ত ঘটনাটি খৱৰ আৰক্ষীক অৱগত কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় অসামৰিক চিকিতাসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।