অসম

assam

ETV Bharat / state

পুখুৰীৰ ওপৰেদি চলিছে গাড়ী ! কেনেকৈ? - ৰাষ্ট্ৰীয় ঘাইপথ

যেনিয়েই চাই তেনিয়েই প্ৰকাণ্ড গাঁত, ৰাষ্ট্ৰীয় ঘাইপথ নে পুখুৰী ধৰিবকে নোৱাৰি

ৰাষ্ট্ৰীয় ঘাই পথৰ বিধ্বস্ত ৰূপ

By

Published : May 28, 2019, 11:32 PM IST

ধুবুৰী,28 মে' : ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ ফলত জ্বলাকলা খাবলগীয়া হৈছে যাত্ৰীসকলৰ লগতে যান-বাহন চালকসকলেও । ঘাইপথৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। তাৰ মাজেদিয়েই চলিছে দৈনিক হাজাৰ হাজাৰ যান বাহন ।

ৰাষ্ট্ৰীয় ঘাই পথৰ বিধ্বস্ত ৰূপ
সমান্তৰালভাৱে ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধুবুৰীৰ চাপৰৰ পৰা অসম বংগ সীমান্ত লৈ ঘাইপথৰ মেৰামতিৰ কাম চলি আছে অতি লেহেমীয়া গতিত । মেৰামতিৰ ঠিকা লাভ কৰা 'Gautom Construction' নামৰ সংস্থাটোৱে বিগত ডেৰ বছৰ মান পূৰ্বে মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত সম্পূৰ্ণ কৰিব পৰা নাই ঘাইপথটো ।

ABOUT THE AUTHOR

...view details