অসম

assam

ETV Bharat / state

প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা - ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়

অৱস্থান ধৰ্মঘটত নামিল ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷

Protest against CAA by Dhuburi administrative union
প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

By

Published : Dec 18, 2019, 8:15 PM IST

ধুবুৰী,18 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ জোৱাৰ অব্যাহত ৷ ছাত্ৰ-ছাত্ৰী-আবাল বৃদ্ধ বনিতাৰ পৰা বিষয়া-কৰ্মচাৰীলৈকে সকলোৱে ওলাই আহিছে কেৱল জাতি ৰক্ষাৰ স্বাৰ্থত ৷ বুধবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয় পৰিণত হয় জনশূণ্যত ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সকলো কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে ৷ লগতে জাতিধ্বংসী আইনখন বাতিল নকৰালৈ এই কৰ্মবিৰতি চলি থাকিব বুলিও উল্লেখ কৰে কর্মচাৰীসকলে ।

আৰু পঢ়কঃৰাজ্যজুৰি কৰ্মচাৰী পৰিষদৰ কৰ্মবিতৰিঃ আছুৰ সৈতে অংশ ল'লে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত

ABOUT THE AUTHOR

...view details