পূৱ বিলাসীপাৰা,14 নৱেম্বৰ:দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আবন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । চাপৰৰ PMAYৰ দৰিদ্ৰ হিতাধিকাৰীসকলে নিজৰ নামত আবন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে । যাৰ ফলত একাংশ মহিলাই বৃহস্পতিবাৰে 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
চাপৰত PMAY হিতাধিকাৰীৰ দ্বাৰা 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - state of pmay in bilasipara
দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকলক আশ্ৰয়স্থল দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি টকা আবন্টন দি দুখীয়া ৰাইজক উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও একাংশ বেংকৰ মইমতালিৰ বাবে দৰিদ্ৰ হিতাধিকাৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । চাপৰৰ PMAYৰ দৰিদ্ৰ হিতাধিকাৰীসকলে নিজৰ নামৰ আবন্টিত ধন বিচাৰি হাবাথুৰি খাব লগা হৈছে। যাৰ ফলত এইসকল মহিলাই বৃহস্পতিবাৰে 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।
চাপৰত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ