অসম

assam

By

Published : Apr 7, 2020, 11:54 PM IST

ETV Bharat / state

ধুবুৰীত কৰ'ণাত আক্ৰান্ত এজন : চাপৰৰ বিস্তীৰ্ণ এলেকা ছীল

ধুবুৰীত কৰ'ণা ভাইৰাছত আক্ৰান্ত এজন ৷ প্ৰশাসনে ছীল কৰিলে বিস্তীৰ্ণ এলেকা ৷

ধুবুৰীত কৰ'ণাত আক্ৰান্ত এজন
চাপৰৰ বিস্তীৰ্ণ এলেকা ছীল

ধুবুৰী, 7 এপ্ৰিল : ধুবুৰী জিলাৰ চাপৰত কৰ'ণা ভাইৰাছত এজন লোক আক্ৰান্ত হোৱাৰ পাচতে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ ইয়াৰ পাচতে প্ৰশাসনে চাপৰ হাস্পতাল আৰু আক্ৰান্ত লোকজনৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত্ব পৰ্যন্ত বিস্তীৰ্ণ এলেকা ছীল কৰিছে ৷

চাপৰৰ বিস্তীৰ্ণ এলেকা ছীল

আনহাতে, চাপৰত সকলো ধৰণৰ দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰিছে প্ৰশাসনে ৷

চাপৰৰ বিস্তীৰ্ণ এলেকা ছীল

ABOUT THE AUTHOR

...view details