অসম

assam

ETV Bharat / state

যুৱ কংগ্ৰেছ আৰু NSUIৰ উত্তাল প্ৰতিবাদত কঁপিল বিলাসীপাৰা - অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী

‘কা’ৰ বিৰুদ্ধে মাত মতাৰ অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক আৰু ৰাজ্যিক NSUI ৰ উপ-সভাপতি জুবাইৰ আনমক বিনাচৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ।

NSUI and Youth Congress protest in Bilashipara
যুৱ কংগ্ৰেছ আৰু NSUIৰ উত্তাল প্ৰতিবাদত কঁপিল বিলাসীপাৰা

By

Published : Feb 4, 2020, 3:20 AM IST

পশ্চিম বিলাসীপাৰা, 3 ফেব্ৰুৱাৰীঃ বিলাসীপাৰাৰ গান্ধী চ’কত সোমবাৰে সন্ধিয়া যুৱ কংগ্ৰেছ আৰু NSUI-ৰ উত্তাল প্ৰতিবাদ। ধুবুৰী জিলা যুৱ কংগ্ৰেছ আৰু NSUIৰ উদ্যোগত শ-শ কংগ্ৰেছ আৰু NSUIৰ কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। ‘কা’ৰ বিৰুদ্ধে মাত মতাৰ অপৰাধত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক আৰু ৰাজ্যিক NSUI ৰ উপ-সভাপতি জুবাইৰ আনমক বিনাচৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদ। বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰাৰ গান্ধী চ’ক।

যুৱ কংগ্ৰেছ আৰু NSUIৰ উত্তাল প্ৰতিবাদত কঁপিল বিলাসীপাৰা

ABOUT THE AUTHOR

...view details