- ধুবুৰীৰ তিনি নং বালিৰ চৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
- কুকুৰে ভক্ষণ কৰা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো ধুবুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
- পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল আহি উদ্ধাৰ কৰে নৱজাতকৰ মৃতদেহটো
- মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে
ধুবুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - নৱজাতকৰ মৃতদেহ উদ্ধাৰ
কুকুৰে ভক্ষণ কৰা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো ৷

ধুবুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ