অসম

assam

By

Published : Jul 20, 2019, 8:00 PM IST

ETV Bharat / state

মানকাচাৰত নাও দুৰ্ঘটনাত নিহত দুই কিশোৰী

মানকাচাৰৰ দৰুৱা গাঁৱত নাও দুৰ্ঘটনাত নিহত হয় দুই কিশোৰী ।

মানকচাৰত নাও দুৰ্ঘটনাত নিহত দুই কিশোৰী

ধুবুৰী,২০জুলাই : ৰাজ্যত বানে সন্ত্ৰাস অব্যাহত ৰখাৰ সময়তে মানকাচাৰত সংঘটিত হয় ভয়াৱহ ঘটনা । মানকচাৰৰ দৰুৱা গাঁৱত সংঘটিত হয় নাও দুৰ্ঘটনা । বানাক্ৰান্ত লোকৰ সৈতে বজাৰৰ বাবে গৈ থকা সময়তে হঠাৎ ডুব যায় ১২জন যাত্ৰী থকা এখন নাও । নাওখন ডুব যোৱাৰ ফলত নাওখনত থকা সকলো যাত্ৰী ডুব যায় যদিও ১০গৰাকী যাত্ৰীয়ে সাঁতুৰি পাৰ হয় । কিন্তু নাওখনত থকা দুগৰাকী কিশোৰী সাঁতুৰি পাৰ হ'ব নোৱাৰাৰ ফলত নিহত হয় কিশোৰীদুগৰাকীৰ । নিহত কিশোৰী দুগৰাকী জানমণি আৰু যছুফে বেগম একেটা পৰিয়ালৰ দুই বাই ভনী আছিল ।

মানকচাৰত নাও দুৰ্ঘটনাত নিহত দুই কিশোৰী

ABOUT THE AUTHOR

...view details