অসম

assam

ETV Bharat / state

ভোটাৰ সজাগতাৰে পঞ্জাৱৰ পৰা অসমত উপস্থিত এগৰাকী লোক - Voter Awereness

17 সংখ্যক লোকসভা নিৰ্বাচন অব্যাহত থকাৰ সময়তে অসমত আহি উপস্থিত হৈছে এগৰাকী লোক ৷ পঞ্জাৱৰ পৰা অসমৰ ধুবুৰীত উপস্থিত হোৱা লোকগৰাকীয়ে ভোটাৰ সজাগতাৰ বাবেই চাইকেল চলাই ভ্ৰমণ কৰিব সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ৷

ভোটাৰ সজাগতা

By

Published : Apr 21, 2019, 2:07 PM IST

ধুবুৰী, 21 এপ্ৰিলঃ ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ পঞ্জাৱৰ পৰা চাইকেল চলাই অসমত উপস্থিত হৈছে এগৰাকী লোক ৷ ৰাজ্যখনৰ অনন্তপুৰ ৰূপ নগৰৰ চৰ্দাৰ উমাহ শংকা সিঙৰ পুত্ৰ জজবীৰ সিং খালছা নামৰ ব্যক্তিগৰাকীয়ে উত্তৰ-ভাৰত পৰিভ্ৰমণ কৰি অসমত উপস্থিত হৈছে ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

ভোটাৰ সজাগতা

ABOUT THE AUTHOR

...view details