লক ডাউন ভংগকাৰীক উচিত পৰিচৰ্যা আগবঢ়ালে আৰক্ষীয়ে - বিলাসীপাৰা আৰক্ষী লক ডাউন
কেৱল ৰাজপথলৈ উলাই অহাতে সীমাবদ্ধ নাথাকি দল হৈ মাছ মাৰিবলৈ নামে এজক যুৱতী ৷
![লক ডাউন ভংগকাৰীক উচিত পৰিচৰ্যা আগবঢ়ালে আৰক্ষীয়ে আৰক্ষীৰ পৰিচৰ্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6778047-711-6778047-1586782255387.jpg)
আৰক্ষীৰ পৰিচৰ্যা
বিলাসীপাৰা, 13 এপ্ৰিল: সাম্প্ৰতিক সময়ত সামাজিক ব্যৱধান মানি চলাটোৱেই কৰ’ণা সংক্ৰমণ ৰোধৰ অন্যতম উপায় যদিও চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাজপথত প্ৰতিদিনে ঘূৰি-ফূৰে একাংশ লোক ৷ এই লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ হ’বলগীয়া হৈছে ৰাজ্যৰ আৰক্ষী ৷ সোমবাৰে বিলাসীপাৰাৰ ৰাজপথত একাংশ লক ডাউন ভংগকাৰীক উত্তম-মাধ্য়ম শোধাই বিলাসীপাৰা আৰক্ষীয়ে ৷ কেৱল ৰাজপথলৈ উলাই অহাতে সীমাবদ্ধ নাথাকি দল হৈ মাছ মাৰিবলৈ নামে এজাক যুৱতী ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ ভয়ত মাছ মাৰিবলৈ এৰি পলায়ন কৰে যুৱতীসকলে ৷
বিলাসীপাৰাত আৰক্ষীৰ পৰিচৰ্যা