- ধুবুৰীত আই পি এল জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
- অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত চলা এই অভিযানত ছহিদুৰ ইচলাম আৰু আলমগীৰ ইছলাম নামৰ দুজন বুকি গ্ৰেপ্তাৰ
- লোক দুজনৰ পৰা ৫ লাখ ৪ হেজাৰ টকা জব্দ
- দুয়োজনৰ ঘৰ ৰৌৱা ৩য় খণ্ডত ধুবুৰীত আই পি এলৰ জুৱাৰী আটক
ধুবুৰীত আই পি এলৰ জুৱাৰী আটক - আই পি এল
সোমবাৰে ধুবুৰী আৰক্ষীৰ অভিযানত আটক হয় আই পি এলৰ দুজনকৈ বুকি ৷

ধুবুৰীত আই পি এলৰ জুৱাৰী আটক