অসম

assam

ETV Bharat / state

ধুবুৰীত উদ্ধাৰ নৰ-কংকাল

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শাশাৰ গাঁৱত উদ্ধাৰ নৰ কংকাল, নৰ-কংকালটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই

By

Published : Jun 23, 2019, 9:43 PM IST

ধুবুৰীত উদ্ধাৰ নৰ-কংকাল

ধুবুৰী,২৩জুন : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শাশাৰ গাঁৱত ভয়ংকৰ ঘটনা । দেওবাৰে অঞ্চলটোৰ বননি এখনৰ গছৰ ডালত উদ্ধাৰ হয় এটি নৰ কংকাল । অঞ্চলটোত দুৰ্গন্ধৰ সৃষ্টি হোৱাত স্থানীয় ৰাইজে দুৰ্গন্ধৰ কাৰণ জানিবলৈ তদন্ত কৰাত গছৰ ডালত নৰ-কংকালটো প্ৰত্যক্ষ কৰে । কোনো দুৰ্বৃত্তই হত্যা কৰি ওলোমাই থৈ যায় বুলি সন্দেহ কৰে । নৰ-কংকালটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও নৰ-কংকালটো পুৰুষৰ বুলি চিনাক্ত হৈছে । ঘটনাস্থলীত বিলাসীপাৰা মহকুমাৰ ৰানীগঞ্জ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

ধুবুৰীত উদ্ধাৰ নৰ-কংকাল

ABOUT THE AUTHOR

...view details