ধুবুৰী,1 মাৰ্চ:আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ৷ সোমবাৰে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে দৰমহা বৃদ্ধিৰ বাবে দুদিনীয়া কৰ্ম বিৰতিৰ লগতে ভোট বৰ্জনৰো ঘোষণা কৰে ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ভোট বৰ্জনৰ হুংকাৰ
আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ৷ সোমবাৰে সমগ্ৰ অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানসকলে চাকৰি নিয়মীয়াকৰণৰ লগতে দৰমহা বৃদ্ধিৰ বাবে দুদিনীয়া কৰ্ম বিৰতিৰ লগতে ভোট বৰ্জনৰো ঘোষণা কৰে ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গৃহৰক্ষী জোৱানৰ ভোট বৰ্জনৰ হুংকাৰ
বিজেপি চৰকাৰে কথা দি চাকৰি নিয়মীয়া নকৰাৰ অভিযোগ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী প্ৰেক্ষাগৃহৰ সন্মুখত প্ৰতিবাদত বহে জিলাখনৰ বিভিন্ন আৰক্ষী থানা, আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী জোৱানসকল ৷ নিৰ্বাচনৰ পূৰ্বে গৃহৰক্ষী জোৱানসকলে নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়াৰ পিছত চৰকাৰে কি ভূমিকা পালন কৰিব সেয়া হ'ব লক্ষণীয়।
লগতে পঢ়কঃখহি পৰা ভেটি সবল কৰিবলৈ অসমত উপস্থিত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা