পশ্চিম বিলাসীপাৰা, 15 ছেপ্তেম্বৰ : বিলাসীপাৰাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সম্বৰ্ধনা সভাৰ আয়োজন ৷ বানিয়াপাৰা ঈদগাহ ময়দানত জিলা সভাপতি মজিমুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাৰ ৷
সভাত নতুনকৈ গঠন হোৱা বিলাসীপাৰা টাউন মণ্ডল সমিতিৰ বিষয়-ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা সমিতিয়ে ৷ নৱ নিৰ্বাচিত টাউন মণ্ডলৰ সম্পাদক ইফতিকাৰ হুছেইন বাপ্পীয়ে সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷