ধুবুৰী,3 নৱেম্বৰঃ ধুবুৰীত এক জঘন্য ঘটনা। নিজ কন্যাক ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হ’ল লম্পট পিতৃ। ধুবুৰী জিলাৰ আমেৰভিটাত সংঘটিত এই জঘন্য ঘটনা।উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা পিতৃৰ কামনাৰ বলি হৈ আহিছিল কিশোৰী গৰাকী। বিভিন্ন ভয় ভাবুকি দি কিশোৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি আহিছিল লম্পট পিতৃ ছামচুল হকে। নিশা কিশোৰী গৰাকীৰ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ লম্পত পিতৃয়ে নিজ কন্যাক কৰি আহিছিল ধৰ্ষণ।
নিজ কন্যাকো ৰেহাই নিদিলে লম্পট পিতৃয়ে ! - আমছু, চাইল্ড লাইন আৰু ধুবুৰী আৰক্ষী
দীৰ্ঘদিনৰ পৰা পিতৃৰ কামনাৰ বলি হৈ আহিছিল কিশোৰী গৰাকী। বিভিন্ন ভয় ভাবুকি দি কিশোৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি আহিছিল লম্পট পিতৃ ছামচুল হকে। নিশা কিশোৰী গৰাকীৰ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ ভণ্ড পিতৃয়ে নিজ কন্যাক কৰি আহিছিল ধৰ্ষণ।
![নিজ কন্যাকো ৰেহাই নিদিলে লম্পট পিতৃয়ে ! FATHER RAPE HIS DAUGHTER AT DHUBURI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9416728-499-9416728-1604404307534.jpg)
নিজ কন্যাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ
নিজ কন্যাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ
ইপিনে আমছু, চাইল্ড লাইন আৰু ধুবুৰী আৰক্ষীয়ে হাতে লোতে আটক কৰে লম্পট পিতৃ ছামচুলক । ছামচুলক আটক কৰি আৰক্ষীয়ে 1597/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 120 B(3)IPC আৰু RW/S6/17 প’স্ক আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আনহাতে লম্পট ছামচুলে নিজৰ কুকৃতিৰ কথা ৰাইজক অৱগত কৰিলে মাতৃক এৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল নিজ কন্যাক ।
লগতে পঢ়কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ কোনে মাৰিব শেষ হাঁহি ?