অসম আৰোগ্য নিধি লৈ পূৱ বিলাসীপাৰা সমষ্টিয়ে আগবঢ়ালে ১২ লাখ টকা - East Bilashipara donate 12 lakh check to Assam arogya nidhi
হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পন কৰে এই ১২ লাখ টকাৰ চেক

অসম আৰোগ্য নিধি লৈ
পূৱ বিলাসীপাৰা, ৯ এপ্ৰিল:ৰাজ্যত মহামাৰী কৰ'ণাৰ বিৰুদ্ধে যুজঁ দিবলৈ সাজু সকলো অসমবাসী। ইয়াৰ এটা অংশ হিচাপে অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন জনে। পিছ পৰি ৰোৱা নাই ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰা সমষ্টি বাসীও । অসম আৰোগ্য নিধি লৈ সমষ্টিটোৰ পৰা সৰ্বমুঠ ১২ লাখ টকাৰ এখন চেক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে সমষ্টিটোৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷