দক্ষিণ শালমাৰা, 30 নৱেম্বৰঃদক্ষিণ শালমাৰাত নিচা জাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী । য়ুবা ( YABA)নামৰ ৮১০০ টা নিচাজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ভালুক কান্দি গাঁৱৰ ৰিজাউল কৰিম নামৰ লোকজনক ৷ গোপন সূত্ৰৰ ভিত্তিতে সীমান্ত সুৰক্ষা বাহিনী আৰু দক্ষিণ শালমাৰা আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে ড্ৰাগছসহ সৰবৰাহকাৰীজনক ৷ আনহাতে,অধিক তথ্যৰ বাবে ৰিজাউল কৰিমৰ ওপৰত মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি সদৰী কৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে ৷
দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী - দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
য়ুবা( YABA) নামৰ ৮১০০ টা ড্ৰাগছজাতীয় টেবলেটসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী জন ভালুক কান্দি গাঁৱৰ বাসিন্দা জয়নাল আবেদিনৰ পুত্ৰ ৰিজাউল কৰিম
দক্ষিণ শালমাৰাত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী