অসম

assam

By

Published : Nov 3, 2019, 6:29 PM IST

ETV Bharat / state

ধুবুৰীত ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত চালক

ধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বালি-চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত মণিৰউদ্দিন নামৰ ট্ৰেক্টৰৰ চালকজন ৷

ধুবুৰীত ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত চালক

ধুবুৰী, 3 নৱেম্বৰঃধুবুৰীৰ ফকিৰগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বালি-চিমেণ্ট ভৰ্তি ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হয় ট্ৰেক্টৰৰ চালকজন ৷ ফকিৰগঞ্জৰ সোনাপাৰা গাঁৱৰ পৰা চাণ্ডীপাৰা গাঁৱলৈ অতি জৰাজীৰ্ণ পথেৰে যাত্ৰা কৰা বালি আৰু চিমেণ্ট ভৰ্তি ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই হঠাৎ দুৰ্ঘটনাত পতিত হয় ৷ ফলত থিতাতে নিহত হয় মণিৰউদ্দিন নামৰ ট্ৰেক্টৰখনৰ চালকজন ৷ ঘটনাস্থলীত ফকিৰগঞ্জ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মণিৰউদ্দিনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

ABOUT THE AUTHOR

...view details