অসম

assam

By

Published : Mar 31, 2019, 11:18 PM IST

ETV Bharat / state

ডি এল এড পৰীক্ষাত নকলৰ পয়োভৰ

শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্লমা ডি এল এডৰ পৰীক্ষাৰ নামত ধুবুৰী জিলাৰ গোলকগঞ্জত চলিছে ব্যাপক অৰাজকতা ৷ গোলকগঞ্জস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত চলিছে নকলৰ পয়োভৰ ৷

ডিএলএড পৰীক্ষাত নকলৰ পয়োভৰ

ধুবুৰী, 31 মাৰ্চঃ ধুবুৰী গোলকগঞ্জত ডি এল এডৰ পৰীক্ষাত নকলৰ ব্যাপক পয়োভৰ । পৰীক্ষা গৃহত চক্ৰ বিষয়াৰ অভিযান ৷ পৰীক্ষাৰ দায়িত্বৰ পৰা বাহিৰ কৰিলে 6জনকৈ শিক্ষকক । শিক্ষা বিভাগৰ দুবছৰীয়া ডিপ্লমা ডি এল এডৰ পৰীক্ষাৰ নামত ধুবুৰী জিলাৰ গোলকগঞ্জত চলিছে ব্যাপক অৰাজকতা ৷ গোলকগঞ্জস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনৰ বহুকেইটা পৰীক্ষা কেন্দ্ৰত চলিছে নকলৰ পয়োভৰ ৷ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক আৰু প্ৰাদেশীকৃত শিক্ষকৰ উপস্থিতিত সংঘটিত হৈছে পৰীক্ষাৰ নামত বেহা ৷ শিক্ষকৰ উপস্থিতিতে পৰীক্ষা কেন্দ্ৰকেইটাত মুকলিকৈ চলিছিল নকল ৷ যাৰ বাবে পৰীক্ষা কেন্দ্ৰসমূহত দুদিন ধৰি নকলৰ বেহা উৎখাতৰ বাবে চেষ্টা চলাই আগমনী ৰাজহ চক্ৰ বিষয়া চিৰঞ্জিত দাসে ৷

ডিএলএড পৰীক্ষাত নকলৰ পয়োভৰ

ABOUT THE AUTHOR

...view details