ধুবুৰী, 25 মে' :ক'ভিড আক্ৰান্ত হাৰৰ ওপৰত ভিত্তি কৰিধুবুৰীৰ তিনিটা অঞ্চলক কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ 9 আৰু 10 নম্বৰ বাৰ্ডৰ লগতে ধুবুৰী চহৰৰ বিদ্যাপাৰা 10 নং ৱাৰ্ডত কনটেইনমেণ্ট জ'ন হিতাপে ঘোষণা কৰে ধুবুৰী জিলা প্ৰশাসনে ৷
ধুবুৰীৰ তিনিটা অঞ্চলক কনটেইনমেণ্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ - containment zones
ক'ভিড আক্ৰান্ত হাৰৰ ওপৰত ভিত্তি কৰি ধুবুৰীৰ তিনিটা অঞ্চলক কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ 9 আৰু 10 নম্বৰ বাৰ্ডৰ লগতে ধুবুৰী চহৰৰ বিদ্যাপাৰা 10 নং ৱাৰ্ডত কনটেইনমেণ্ট জ'ন হিতাপে ঘোষণা কৰে ধুবুৰী জিলা প্ৰশাসনে ৷
ধুবুৰীৰ তিনিটা অঞ্চলক কনটেইনমেণ্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ
ছাগলীয়া 9 আৰু 10 নম্বৰ বাৰ্ডৰ 47 জনকৈ লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ধুবুৰী চহৰৰ 10 নং বাৰ্ডত 7 জনকৈ লোকৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰিছিল ৷ উক্ত অঞ্চল কেইটাক প্ৰশাসনে 14 দিনৰ বাবে কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷
লগতে পঢ়ক: উত্তৰ পূৱৰ সৈতে শাৰিৰীক ব্যৱধান হ্ৰাস পালেও মনৰ ব্যৱধান এতিয়াও বিদ্যমান