অসম

assam

ETV Bharat / state

ধুবুৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা কেলেংকাৰী - ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে চৰম অৰাজকতা

ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনি ভিত্তিত চৰকাৰী ভাবে গৃহ আবন্টন দিলেও প্ৰকৃতাৰ্থত গৃহ নাপালে হিতাধিকাৰীয়ে

ধুবুৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা কেলেংকাৰী

By

Published : Sep 11, 2019, 12:05 AM IST

ধুবুৰী, 10 ছেপ্তেম্বৰ : ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে চৰম অৰাজকতা । চৰকাৰী ভাৱে গৃহ আবন্টন দিলেও প্ৰকৃতাৰ্থত গৃহ নাপালে হিতাধিকাৰীয়ে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এখন পত্ৰই বৰ্তমান আতংকৰ সৃষ্টি কৰিছে ধুবুৰী চহৰত । কাৰণ হিতাধিকাৰী সকলে গৃহৰ পৰিৱৰ্তে লাভ কৰিছে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ 'হাউজিং ফৰ অল'ৰ যুটীয়া সচিব আৰু মিচন ডাইৰেক্টৰ অমৃত অভিজাতে স্বাক্ষৰ কৰা প্ৰশংসা আৰু পুৰস্কাৰৰ বিশেষ আমন্ত্ৰণ পত্ৰ ৷

ধুবুৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা কেলেংকাৰী

ABOUT THE AUTHOR

...view details