ধুবুৰী, 6 নৱেম্বৰ : ধুবুৰীৰ বালাজানত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বালাজানৰ পৰা সাহেবগঞ্জলৈ যোৱা গড়কাপ্তানি পথচোৱাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ।
ধুবুৰীৰ বালাজানত পথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ - বালাজানত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
ধুবুৰীৰ বালাজানত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বালাজানৰ পৰা সাহেবগঞ্জলৈ যোৱা গড়কাপ্তানি পথচোৱাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। গড়কাপ্তানী পথ নিৰ্মাণৰ দুদিন পিছতে চপৰা চপৰে উঠিছে পথচোৱাৰ পকী অংশ ৷

ধুবুৰীৰ বালাজানত পথ নিৰ্মাণত দূৰ্নীতিৰ অভিযোগ
গড়কাপ্তানী পথ নিৰ্মাণৰ দুদিন পিছতে চপৰা চপৰে উঠিছে পথচোৱাৰ পকী অংশ ৷ ঠিকাদাৰ জব্বাৰ আলীয়ে পথটোৰ ঠিকা লৈ স্থানীয় কেইজনমান যুৱকৰ দ্বাৰা নিৰ্মাণৰ কাম চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটোৰ নিৰ্মাণকাৰ্য পেলনীয় প্লাষ্টিক ব্যৱহাৰেৰে কৰি থকা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক: পাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া