- উদীয়মান সাংবাদিক ছাইফুল ইছলাম আৰু নাই
- Assam Talks নামৰ এক বৈদ্যুতিক মাধ্যমৰ চেনেলৰ ধুবুৰীৰ সাংবাদিক আছিল মৃত ছাইফুল
- ২২ মে'ত ধুবুৰীৰ বিলাসীপাৰাত এক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল সংবাদিক গৰাকী
- গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি কিছু আৰোগ্য লাভ কৰিছিল ছাইফুলে
- শনিবাৰে নিশা পুনৰ সংকটজনক অৱস্থাত গুৱাহাটী হায়াত হস্পিতালত ভৰ্তি কৰা হৈছিল ইছলামক
- প্ৰায় পাঁচ বছৰৰ পৰা সংবাদ মাধ্যমৰ সৈতে জড়িত আছিল ছাইফুল ইছলাম
- উদীয়মান সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ ধুবুৰী জিলাত শোকৰ ছাঁ
জীৱন যুঁজত হাৰ মানিলে সাংবাদিক ছাইফুল ইছলামে - Reporter
নিশা দুই বজাত ঘৰলৈ নি থকা অৱস্থাত আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰিলে যুৱ সংবাদিকজনে ।
![জীৱন যুঁজত হাৰ মানিলে সাংবাদিক ছাইফুল ইছলামে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3968042-thumbnail-3x2-umm.jpg)
ধুবুৰীত সাংবাদিকৰ মৃত্যু