অসম

assam

ETV Bharat / state

ধুবুৰী আৰক্ষীৰ উদ্যোগত ইফটাৰ পাৰ্টিৰ আয়োজন - hindu

শুকুৰবাৰে ধুবুৰী আৰক্ষী চাউনীত আয়োজন কৰা ইফটাৰ পাৰ্টিত ধুবুৰীৰ বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশ গ্ৰহণ কৰে ।

ধুবুৰী আৰক্ষীয়ে আয়োজন কৰে ইফটাৰ পাৰ্টিৰ

By

Published : Jun 1, 2019, 2:53 PM IST

ধুবুৰী,1জুন: প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰী আৰক্ষীয়ে আয়োজন কৰে ইফটাৰ পাৰ্টিৰ । শুকুৰবাৰে ধুবুৰী আৰক্ষী চাউনীত আয়োজিত ইফটাৰ পাৰ্টিত ধুবুৰীৰ বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশ গ্ৰহণ কৰে। দিনটো ৰোজা ৰখাৰ পিছত আৰক্ষী চাউনীত আয়োজিত ইফটাৰ পাৰ্টিত অংশগ্ৰহণ কৰি ৰোজা খোলাৰ পূৰ্বে অৰ্থাৎ ইফটাৰৰ পূৰ্বে অসমৰ লগতে সমগ্ৰ দেশ তথা বিশ্বৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। ইপিনে এই ইফটাৰ পাৰ্টিত কেৱল ইছলাম ধৰ্মাৱলম্বী ৰোজাদাৰ সকলেই নহয় হিন্দু ধর্মৰ বহু লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

ধুবুৰী আৰক্ষীয়ে আয়োজন কৰে ইফটাৰ পাৰ্টিৰ

লগতে পঢ়ক: বিশ্বৰ চতুৰ্থতম ওখ শৃংগত উৰিল অসমীয়াৰ স্বাভীমান 'গামোচা'

জিলা আৰক্ষী অধীক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষক,উপ আৰক্ষী অধীক্ষককে ধৰি সকলো জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে এই ইফটাৰ পাৰ্টিত। এক প্ৰকাৰ হিন্দু মুছলমানৰ মিলন থলীত পৰিণত হয় ধুবুৰী।

ABOUT THE AUTHOR

...view details