বিলাসীপাৰা, 22 অক্টোবৰঃ দেশজুৰি চলি থকা বিজেপিৰ সংকল্প যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে ধুবুৰীৰ বিলাসীপাৰাতো বিজেপি দলে পালন কৰে সংকল্প যাত্ৰা ৷ বিগত দুদিন ধৰি চলি থকা বিজেপিৰ এই সংকল্প যাত্ৰাই মঙলবাৰে তৃতীয় দিনত ভৰি দিলে | তৃতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্য ৷
বিলাসীপাৰাত বিজেপিৰ সংকল্প যাত্ৰাত মন্ত্ৰী পৰিমল শুক্ল বৈদ্য - DHUBRI BILASHIPARA BJP SANKALPA JATRA, MINISTER PARIMAL SUKLA BAIDYA
মঙলবাৰে বিলাসীপাৰা চহৰৰ মহামায়া মন্দিৰ প্ৰাংগণত আয়োজিত সংকল্প যাত্ৰাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতা মহাত্মাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি সংকল্প যাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷
![বিলাসীপাৰাত বিজেপিৰ সংকল্প যাত্ৰাত মন্ত্ৰী পৰিমল শুক্ল বৈদ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4833775-thumbnail-3x2-dhubri.jpg)
বিলাসীপাৰাত বিজেপিৰ সংকল্প যাত্ৰা
বিলাসীপাৰাত বিজেপিৰ সংকল্প যাত্ৰাত মন্ত্ৰী পৰিমল শুক্ল বৈদ্য
মঙলবাৰে বিলাসীপাৰা চহৰৰ মহামায়া মন্দিৰ প্ৰাংগণত আয়োজিত সংকল্প যাত্ৰাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতা মহাত্মাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি সংকল্প যাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীসহ সংকল্প যাত্ৰাৰ তৃতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ পূৱ ধুবুৰী জিলা বিজেপিয়ে আয়োজন কৰা সংকল্প যাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো প্ৰদৰ্শন কৰে ৷