অসম

assam

By

Published : Oct 26, 2020, 8:58 PM IST

ETV Bharat / state

ধুবুৰীত ক'ভিড প্ৰট'কল উলংঘা কৰি প্ৰতিমা বিসৰ্জন

ধুবুৰীত 73 খন দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে জিলা খনত মুঠ 296 খন দুৰ্গা পূজা অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, দশমীৰ দিনটোত ধুবুৰীৰ ৰাইজে প্ৰশাসনে জাৰি কৰা নিয়মক উফৰাই বিসৰ্জনস্থলীত ভিৰ কৰা পৰিলক্ষিত হয় ৷

প্ৰতিমা বিসৰ্জন
প্ৰতিমা বিসৰ্জন

ধুবুৰী, 26 অক্টোবৰ: ধুবুৰীত পুৱা প্ৰায় 8:30 বজাৰ পৰা আৰম্ভ হয় প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ঘাটত ধুবুৰীবাসীয়ে বিসৰ্জন দিলে প্ৰতিমা ৷ সন্ধিয়া প্ৰায় 7 বজালৈ শান্তিপূৰ্ণভাৱেই বিসৰ্জন প্ৰক্তিয়া চলে যদিও, পৰৱৰ্তী সময়ত ক'ভিড প্ৰট'কল উফৰাই বিসৰ্জন ঘাটত ভিৰ কৰেহি ভক্তই ৷

ধুবুৰীত ক'ভিড প্ৰট'কল উলংঘা কৰি প্ৰতিমা বিসৰ্জন

উল্লেখ্য যে, ধুবুৰীত 73 খন দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে জিলা খনত মুঠ 296 খন দুৰ্গা পূজা অনুষ্ঠিত হয় ৷ কিন্তু প্ৰশাসনে নিৰ্দেশনা জাৰি কৰা স্বত্বেও ক'ভিড প্ৰট'কল ভাঙি কৰা ভক্তৰ ভিৰে চিন্তিত কৰি তুলিছে সচেতন লোকক ৷

লগতে পঢ়ক:তেজপুৰত ক'ভিড প্ৰট'কল উফৰাই বিসৰ্জনস্থলীত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details