বিলাসীপাৰা, 9 জুলাই :বিলাসীপাৰাৰ চাপৰৰ ধীৰঘাটত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় অচিনাক্ত ব্যক্তিৰ মৃতদেহ । বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰুৱাৰ মিলৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহটো । মৃতদেহটোৰ দেহত আঘাতৰ চিন স্পষ্ট । লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ - BILAHIPARA
বিলাসীপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰুৱাৰ মিলৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহটো ।
![বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ DEADBODY FOUND IN BILASIPARA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7954146-thumbnail-3x2-aaa.jpg)
বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
বিলাসীপাৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ
মৃত যুৱকজনে এটা ক'লা ৰঙৰ স্পৰ্টি পৰিধান কৰি আছিল ৷ ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :তিনিচুকীয়াৰ লেখাপানীত আইইডি উদ্ধাৰ