অসম

assam

ETV Bharat / state

বিলাসীপাৰাত 36 গৰাকীলৈ বৃদ্ধি ক’ভিড ৰোগী - বিলাসীপাৰাত কৰ’ণাত আক্ৰান্ত

বিলাসীপাৰাত সোমবাৰে স্বাস্থ্য কৰ্মীসহ 11 গৰাকী লোক কৰ’ণাত আক্ৰান্ত ৷ সম্প্ৰতি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 36 গৰাকীলৈ ৷

bilasipara covid
বিলাসীপাৰা কৰ’ণা

By

Published : Apr 27, 2021, 10:47 AM IST

পশ্চিম বিলাসীপাৰা,27 এপ্ৰিল: ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাতো প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে স্বাস্থ্য কৰ্মীসহ 11 গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি ৷

ৰেপিড এণ্টিজেন টেষ্টৰ অন্তত লোককেইজনৰ দেহত ধৰা পৰে কৰ’ণাৰ অৱস্থিতি । সম্প্ৰতি বিলাসীপাৰা মহকুমাত মুঠ আক্ৰান্তৰ সংখ্যা 36 গৰাকীলৈ বৃদ্ধি হয় । এই কথা সদৰী কৰে মহকুমা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক :চুমিলা ৰংহাংপীৰ হত্যা: হোজাইত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details