অসম

assam

ETV Bharat / state

চাপৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য - Chapor Durigs

চাপৰত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ সহ আটক দুই ব্যৱসায়ী ৷

A_BLP_EAST_801/804_cauf Chiraf sized at east bilasipara_img_ASC10022
চাপৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

By

Published : Jun 8, 2021, 1:17 PM IST

পূৱ বিলাসীপাৰা, 8 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ পূৱ বিলাসীপাৰাৰ চাপৰত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বহু নিচাজাতীয় সামগ্ৰী ৷

চাপৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

প্ৰাপ্ত তথ্য অনুসৰি, চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত চলা এক অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ ৷ এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুজন ব্যৱসায়ীক ৷ আটকাধীন ব্যৱসায়ী দুজন ক্ৰমে আব্দুল ওহাৱ আৰু আব্দুল ছবুৰ বুলি জানিব পৰা গৈছে । ঘটনাৰ সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত চুইগী-জ’মেটোৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details