ধুবুৰী,30 মাৰ্চ:শুকুৰবাৰেধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত অগপ-বিজেপি আৰু বি পি এফৰ এক যৌথ কৰ্মী সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকেঅগপৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ভৱেশ কলিতা আৰুবিপিএফৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী ৷
বদৰুদ্দিন আজমলক সমালোচনা বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম