অসম

assam

ETV Bharat / state

বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ানক অগ্নিকাণ্ড - অগ্নিকাণ্ডত আহত তিনি জনকৈ লোক

বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত আহত তিনি জনকৈ লোক

বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ানক অগ্নিকাণ্ড

By

Published : Aug 26, 2019, 6:02 PM IST

বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ানক অগ্নিকাণ্ড

বিলাসীপাৰা, 26 আগষ্ট :

  • বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত অগ্নিকাণ্ড
  • ঘৰুৱা বিদ্যুতৰ তাঁৰত অত্যাধিক বিদ্যুৎ পৰিবাহৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত
  • অগ্নিকাণ্ডত তিনি মহলীয়া অট্টালিকাসহ কেইবাটাও বাসগৃহত জুই লাগি ঘৰৰ বিভিন্ন বয়-বস্তু পুৰি ছাই হয়
  • অগ্নিকাণ্ডটোত গুৰুতৰভাৱে আহত হয় তিনি জনকৈ লোক
  • আহত হয় বাহাদুৰ ইছলাম,ৰফিকুল ইছলাম আৰু মস্তাফা ৰহমান সৰকাৰ
  • আহত কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • অগ্নি নিৰ্বাপন বাহিনীয়ে,আৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপিত কৰে জুই
  • বিদ্যুত বিভাগৰ অভিযন্তা-কৰ্মচাৰীৰ গাফিলতিৰ বাবে এই ঘটনাৰ সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

ABOUT THE AUTHOR

...view details