- পশ্চিম বিলাসীপাৰাৰ খোৰাঘাট বান শিবিৰত ৮ মহীয়া শিশুৰ মৃত্যু
- বিগত দুদিন ধৰি অতিপাত জ্বৰত ভুগি আছিল শিশুটি
- মৃত শিশুটি ফকিৰা নিৰঝাৰ ১ম খণ্ডৰ ছবৰ আলী বেপাৰীৰ পুত্ৰ ৰেজাউল বেপাৰী
- উপযুক্ত খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিবিৰবাসীৰ
- ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে স্থাপন কৰা বান শিবিৰত সংঘটিত এই ঘটনা
- ফকিৰানিৰঝাৰ ১ম খণ্ডৰ লোক সকলে বিগত ১১ দিন ধৰি আশ্ৰয় গ্ৰহন কৰি আছে শিবিৰত
পশ্চিম বিলাসীপাৰাৰ বান শিবিৰত ৮ মহীয়া শিশুৰ মৃত্যু - etv assam
উপযুক্ত খাদ্য-চিকিৎসাৰ অভাৱত শিশুজনৰ মৃত্যু হোৱাৰ অভিযোগ শিবিৰবাসীৰ
পশ্চিম বিলাসীপাৰা