ধুবুৰী, 15 এপ্ৰিলঃলোকসভা নিৰ্বাচনত নিজ প্ৰাৰ্থীক শাসনলৈ আনিবৰ বাবে এইবাৰ ৰাজপথলৈ ওলাই আহিল মহিলা কংগ্ৰেছী ৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ নেতৃত্বত এদল মহিলা কংগ্ৰেছীয়ে হাতত বেনাৰ লৈ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী চহৰৰ বজাৰত চলালে নিৰ্বাচনী প্ৰচাৰ।
ধুবুৰীৰ বজাৰে বজাৰে মহিলা কংগ্ৰেছীৰ ভোট ভিক্ষা - ধুবুৰী
কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী চহৰৰ বজাৰত মহিলাৰ প্ৰচাৰ
![ধুবুৰীৰ বজাৰে বজাৰে মহিলা কংগ্ৰেছীৰ ভোট ভিক্ষা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3004754-thumbnail-3x2-dhb.jpg)
ধুবুৰীৰ বজাৰে বজাৰে ভোট ভিক্ষা মহিলা কংগ্ৰেছীৰ
ধুবুৰীৰ বজাৰে বজাৰে ভোট ভিক্ষা মহিলা কংগ্ৰেছীৰ
উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত। বিভিন্ন দলৰ সমান্তৰালকৈ কংগ্ৰেছৰ ফালৰ পৰাও এইদৰে প্ৰচাৰ চলোৱা হয়।