- ধুবুৰীৰ ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীত উত্তপ্ত পৰিস্থিতি
- অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত হাতে হাতে প্লেকাৰ্ড লৈ নিৰীক্ষণ চকী ঘেৰাও ৰাইজৰ
- ২৪ মে'ত নিখোজ হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী মনচেৰ আলি
- ফোনযোগে পাচ লাখ টকা মুক্তিপণৰ দাবী অপহৰণকাৰী
- ধৰ্মশালা আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিচতো সন্ধান নোলাল মনচেৰ আলি
- দুই সন্তানৰ পিতৃ মনসেৰ আলীৰ সন্ধানহীন হৈ থকাত শোঁকত ভাগি পৰিছে পত্নী সহ পৰিয়ালটো ধুবুৰীত অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত আৰক্ষী চকী ঘেৰাও ৰাইজৰ
অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত ধৰ্মশালা আৰক্ষী চকী - ধৰ্মশালা
২৪ মে'ৰ পৰা নিখোজ হৈ আছে ক্ষুদ্ৰ ব্যৱসায়ী মনচেৰ আলি

ধুবুৰীত অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত আৰক্ষী চকী ঘেৰাও ৰাইজৰ