অসম

assam

ETV Bharat / state

বিলাসীপাৰাত বিষুৱা উৎসৱ উদযাপন - বিলাসীপাৰা

মূলত: দেশী জনগোষ্ঠীয় নৃত্য গীত, তথা কালৰ বুকুৰ পৰা হেৰাই যাবলৈ লোৱা কুশান নৃত্য আদি সাংস্কৃতিক সন্ধিয়াত প্ৰদৰ্শন কৰে ৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সৌজন্যত তথা বিলাসীপাৰা আৰু টিলাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰা হয় বিষুৱা ৷

বিলাসীপাৰাত বিষুৱা উৎসৱ উদযাপন বিলাসীপাৰাত বিষুৱা উৎসৱ উদযাপন

By

Published : Apr 29, 2019, 8:08 AM IST


বিলাসীপাৰা, 29এপ্ৰিলঃ বিলাসীপাৰাৰ কামাৰডিহি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে নিশা উদযাপন কৰা হয় বিষুৱা উৎসৱ | সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সৌজন্যত তথা বিলাসীপাৰা আৰু টিলাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰা হয় বিষুৱা |

বিলাসীপাৰাত বিষুৱা উৎসৱ উদযাপন

আৰু পঢ়ক মা-মায়া-মায়াবিনী ৰাতিত মুগ্ধ দৰ্শক

দেওবাৰে সন্ধিয়াৰ পৰা নিশা 12 বজালৈ বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় বিষুৱাৰ সাংস্কৃতিক অনুষ্ঠান | মূলত: দেশী জনগোষ্ঠীয় নৃত্য গীত, তথা কালৰ বুকুৰ পৰা হেৰাই যাবলৈ লোৱা কুশান নৃত্য আদি সাংস্কৃতিক সন্ধিয়াত প্ৰদৰ্শন কৰে |

ABOUT THE AUTHOR

...view details