ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 30 জনলৈ বৃদ্ধি - অসমত আৰু এজনৰ দেহত কৰ'ণা ভাইৰাছ
অসমত আৰু এজনৰ দেহত কৰ'ণা ভাইৰাছ ৷ নতুনকৈ কৰ'ণা ভাইৰাছ সংক্ৰমিত ব্যক্তিগৰাকী ধুবুৰীৰ ৷
ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 30 জনলৈ বৃদ্ধি
নিউজ ডেস্ক,13 এপ্ৰিলঃৰাজ্যত 30 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ COVID 19ত নতুনকৈ আক্ৰান্ত লোকজন ধুবুৰী জিলাৰ ৷ ধুবুৰীত তিনিজনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ ব্যক্তিজন নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ সৈতে জড়িত বুলি ইতিমধ্যে টুইট যোগে জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷