- দক্ষিণ শালমাৰা মানকাচাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট আমছুৰ
- এন আৰ চিৰ শুনানীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰাৰ কেইবাদফীয়া দাবীত এই প্ৰতিবাদ আমছুৰ
- লগতে এন আৰ চিৰ শুনানীলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত নিহত লোকৰ নিকটাত্মীয়লৈ ১০ লাখ টকা আৰু আহতসকলক ৫ লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ দাবী আমছুৰ
- জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ
দক্ষিণ শালমাৰা মানকাচাৰত আমছুৰ উত্তাল প্ৰতিবাদ - Etv Bharat
এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু মানুহক হাৰাশাস্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘন কৰি এন আৰ চি প্ৰকাশৰ অন্তিম সময়ত ৰি-ভেৰিফিকেচন কৰা বন্ধ কৰা, এছ অ' পিৰ ৫ নং দফা অনুসৰি ১৫ দিন পূৰ্বে জাননী প্ৰেৰণ কৰা আদিৰ দাবীত এই প্ৰতিবাদ আমছুৰ
দক্ষিণ শালমাৰা মানকাচাৰত আমছুৰ উত্তাল প্ৰতিবাদ
Last Updated : Aug 10, 2019, 6:58 AM IST