বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা: এজনৰ মৃত্যু - A old Man died in Bilashipara Road Accident
বিলাসীপাৰা চিৰাকুটাত পথ দুৰ্ঘটনাত মৃত্যু হয় এজন ৬৫ বছৰীয়া বৃদ্ধৰ

বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা
বিলাসীপাৰা, 26 আগষ্ট :
- বিলাসীপাৰা চিৰাকুটাত শোকাৱহ পথ দুৰ্ঘটনা
- বিলাসীপাৰাৰ পৰা চাপৰ অভিমুখে গৈ থকা মাৰুতি চুজুকি এখনে মহতিয়াই নিয়ে ৬৫ বছৰীয়া বৃদ্ধক
- গুৰুতৰভাৱে আঘাত প্ৰাপ্ত ব্যক্তিজনক ল'ৱাৰ আসাম হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু বৃদ্ধ গৰাকীৰ
- লোকজন বিলাসীপাৰাৰ যমদুৱাৰ ২য় খণ্ড গাঁওৰ ছোহৰাফ আলী বুলি জানিব পৰা গৈছে
- দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি চুজুকিখনৰ নম্বৰ AS-26A-8093 বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনা