অসম

assam

By

Published : Oct 29, 2020, 3:05 PM IST

ETV Bharat / state

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেটসহ ২ জন আটক

পূৱ বিলাসীপাৰাৰ চাপৰত আৰক্ষীৰ জালত নিচাযুক্ত টেবলেট সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটা জয়নাল আবেদিন আৰু ৰেজাউল হক। সৰবৰাহকাৰীৰ পৰা ১০০টা R7 টেবলেট জব্দ।

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেটসহ ২ জন আটক
পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেটসহ ২ জন আটক

পূৱ বিলাসীপাৰা, ২৯ অক্টোবৰ: ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা। ৰৌমাৰীত আৰক্ষীৰ অভিযানত আটক হয় এটা নিচাযুক্ত টেবলেট সৰবৰাহকাৰী। ধৃত জয়নাল আবেদিনৰ ঘৰ বৰপেটাৰ হাউলীত। জয়নাল আবেদীনৰ পৰা ১০০টা R7 টেবলেট জব্দ কৰে আৰক্ষীয়ে।

পূৱ বিলাসীপাৰাৰ চাপৰত নিচাযুক্ত টেবলেটসহ ২ জন আটক

চাপৰৰ ৰৌমাৰীত নিচাযুক্ত টেবলেটসহ হাতে-লোটে কৰায়ত্ত কৰে সৰবৰাহকাৰীটোক। আনহাতে,নিষিদ্ধ ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত ৰেজাউল হক নামৰ এটা সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে। ধৃত ৰেজাউলৰ ঘৰ চাপৰৰ কাজিপাৰাত।

লগতে পঢ়ক:বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে শিলচৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details