- পূৱ বিলাসীপাৰাৰ চাপৰৰ শিংগাৰপাকত নিশা আৰক্ষীৰ অভিযান
- অভিযানত নিচাজাতীয় টেবলেট আৰু কফ চিৰাফসহ আটক এজন ব্যৱসায়ী
- অভিযানত জব্দ বৃহৎ পৰিমাণৰ নক্সিয়াচ টেবলেট
- ব্যৱসায়ীগৰাকী শিংগাৰপাক গাঁৱৰ আখিনুৰ হক
- আখিনুৰৰ ঘৰৰ পৰা জব্দ এই নিচাযুক্ত সামগ্ৰী সমূহ পূৱ বিলাসীপাৰাত নিচাজাতীয় দ্ৰব্য সহ আটক আখিনুৰ হক নামৰ এজন ব্যৱসায়ী
পূৱ বিলাসীপাৰাত নিচাজাতীয় দ্ৰব্যসহ আটক আখিনুৰ হক নামৰ এজন ব্যৱসায়ী - bilashipara
অভিযানত জব্দ বৃহৎ পৰিমাণৰ নক্সিয়াচ টেবলেট আৰু কফ চিৰাপ
![পূৱ বিলাসীপাৰাত নিচাজাতীয় দ্ৰব্যসহ আটক আখিনুৰ হক নামৰ এজন ব্যৱসায়ী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3721075-thumbnail-3x2-o.jpg)
পূৱ বিলাসীপাৰাত নিচাজাতীয় দ্ৰব্য সহ আটক আখিনুৰ হক নামৰ এজন ব্যৱসায়ী
Last Updated : Jul 2, 2019, 1:03 PM IST